Slider

মৰম দিলি, চেনেহ দিলি

 


[Intro – Female]


অ'... অ'... অ'...

মৰম দিলি, চেনেহ দিলি

বাটতে লগ পাই

মই ষোল্ল বছৰত ভৰি দিয়া নাই...


[Chorus – Female]


মৰম দিলি, চেনেহ দিলি

বাটতে লগ পাই

মই ষোল্ল বছৰত ভৰি দিয়া নাই।


মৰম দিলি, চেনেহ দিলি

বাটতে লগ পাই

মই ষোল্ল বছৰত ভৰি দিয়া নাই।


নাজানো ভালপোৱা কি?

নুবুজোঁ প্ৰেম মানে কি?

এনে কথা নক'বি দুনাই অ'...

মই ষোল্ল বছৰত ভৰি দিয়া নাই।


[Verse 1 – Female]


নাজান নে আইৰে ঘৰৰ

মই নুমলীয়া জী

মোৰ নাম ৰাঙঢালী

মই আঁজলী ছোৱালী।


নাজান নে আইৰে ঘৰৰ

মই নুমলীয়া জী

মোৰ নাম ৰাঙঢালী

মই আঁজলী ছোৱালী।


ফাগুনৰে মই পছোৱা

উৰণীয়া বা'

সপোনৰে ৰাজকুঁৱৰী

মোৰ কিমান আশা।


ফাগুনৰে মই পছোৱা

উৰণীয়া বা'

সপোনৰে ৰাজকুঁৱৰী

মোৰ কিমান আশা।


এনে কথা নক'বি দুনাই অ'...

মই ষোল্ল বছৰত ভৰি দিয়া নাই।


[Chorus – Female]


মৰম দিলি, চেনেহ দিলি

বাটতে লগ পাই

মই ষোল্ল বছৰত ভৰি দিয়া নাই।


মৰম দিলি, চেনেহ দিলি

বাটতে লগ পাই

মই ষোল্ল বছৰত ভৰি দিয়া নাই।


[Verse 2 – Female]


তোলৈ চাই চাই

কিয় মোৰ লাজে লাগি যায়?

যৌৱনৰ ৰ'দ কাঁচলিত

অগনি জ্বলাই যায় অ'...


তোলৈ চাই চাই

কিয় মোৰ লাজে লাগি যায়?

যৌৱনৰ ৰ'দ কাঁচলিত

অগনি জ্বলাই যায় অ'...


ব'হাগৰে মই নাচনী

তই যে ঢুলীয়া

নেমাতিবি সোণ বুলি মোক

মন হয় বলীয়া।


ব'হাগৰে মই নাচনী

তই যে ঢুলীয়া

নেমাতিবি সোণ বুলি মোক

মন হয় বলীয়া।


কাষলৈ তই নাহিবি ঘনাই

অ'... অ'... অ'...

মই ষোল্ল বছৰত ভৰি দিয়া নাই।


[Chorus – Female]


মৰম দিলি, চেনেহ দিলি

বাটতে লগ পাই

মই ষোল্ল বছৰত ভৰি দিয়া নাই।


নাজানো ভালপোৱা কি?

নুবুজোঁ প্ৰেম মানে কি?

এনে কথা নক'বি দুনাই অ'...

মই ষোল্ল বছৰত ভৰি দিয়া নাই।


[Outro – Female]


মৰম দিলি, চেনেহ দিলি

বাটতে লগ পাই

মই ষোল্ল বছৰত ভৰি দিয়া নাই...


মৰম দিলি, চেনেহ দিলি

বাটতে লগ পাই

মই ষোল্ল বছৰত ভৰি দিয়া নাই...


মই ষোল্ল বছৰত ভৰি দিয়া নাই...

মই ষোল্ল বছৰত ভৰি দিয়া নাই...

অ'... অ'... অ'...

Post a Comment

0 Comments